মাত্ৰ এটা ঔষধ যিয়ে কৰোনাৰ পৰা আপোনাৰ জীৱন বচাব || Steroids in Covid 19

00:02 আজি আমি Covid 19 ত ষ্টেৰইড ৰ বিষয়ে আলোচনা কৰিম
00:30 Steroid in right time আৰু right duration আৰু right dose ত দিব লাগে
00:38 কি কি ষ্টেৰইড আছে
00: 53 কি ষ্টেৰয়ড আৰু কেতিয়া ব্যৱহাৰ কৰিব লাগে
01:00 কেতিয়া আৰু কেনেকৈ দিব লাগে, oxygen saturation consistently 94 ৰ তলত থাকে তেতিয়া steroid দিব লাগিব
02:35 Bronchodilator use নকৰিব অৰ্থাৎ asthalin বা duolin, budesonite or Budecort use কৰিব
03:42 কি steroid আৰু কিমান মাত্ৰাত ব্যৱহাৰ কৰিব
04:10 steroid কিমান দিনলৈ দিব লাগে
04:40 steroid দিলে কি কি লক্ষ্য ৰাখিব লাগে, blood pressure আৰু Sugar level monitor কৰিব লাগে
05:06 to prevent secondary infection use proper antibiotics
05:30 steroid কেতিয়া কেতিয়া covid 19 ৰোগীক দিব নালাগে, asymptomatics patients ক দিব নালাগে
06:05 শেষত বন্ধু সকল আমি যদি শেহতীয়া পৰিস্থিতি লক্ষ্য কৰোঁ তেন্তে steroid হল কৰোনা চিকিৎসাৰ প্ৰধান হাতিয়াৰ ইয়াৰ বাহিৰে একো উপায় নাই,ইয়ে corona ৰোগীক 99% জান বচাব পাৰিব। মাত্ৰ right time ত right dose ত আৰু right duration ইয়াক দিব লাগিব।
মাত্ৰ এটা ঔষধ যিয়ে কৰোনাৰ পৰা আপোনাৰ জীৱন বচাব

No comments

Thank You Friends

Powered by Blogger.